মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

কাম-কাজসমূহ:

সৃষ্টিশীল কাৰ্যকলাপসমূহ

তিনিচুকীয়া জিলাত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত সম্পন্ন হোৱা সৃষ্টিশীল কাৰ্যকলাপসমূহ

  • চি.এচ.এচ-কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত তিনিচুকীয়া জিলাত সম্পন্ন সকলো কাৰ্যকলাপ আৰু সফলতাৰ কাহিনী আত্ম বাতৰি নামৰ ব্লগ এটাত আপলোড কৰা হৈছে। এই ব্লগটো ২০১৫ চনত সৃষ্টি কৰা হৈছিল। খেতিয়ক বা অন্য পৰ্যায়ৰ পৰা যিকোনো পৰামৰ্শ বা অনুসন্ধান ätmatsk@gmail.com ই-মেইল আই.ডি.ৰ জৰিয়তে পঠিয়াব পাৰে আৰু সেই মতে প্ৰাপকগৰাকীলৈ প্ৰতিক্ৰিয়া পঠিয়াই দিয়া হয়।

  • কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ সম্প্ৰসাৰণ কৰ্মচাৰী (AES) সকলৰ দ্বাৰা কেইগৰাকীমান অংশগ্ৰহণকাৰী খেতিয়কক হাঁহ-পাৰ আৰু গাহৰিৰ টীকাকৰণং সন্দৰ্ভত প্ৰদৰ্শন আগবঢ়োৱা হৈছিল, যিসকলে ভৱিষ্যতে সহ-অংশগ্ৰহণকাৰীসকলক এই জ্ঞান প্ৰচাৰ কৰিব আৰু স্থানীয় সমল ব্যক্তি হিচাপেও কাম কৰিব।

 

 

 

জিলা কৃষি বিষয়া
তিনিচুকীয়া

 

গোলাঘাট জিলাত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ দ্বাৰা সম্পন্ন হোৱা সৃষ্টিশীল কাৰ্যকলাপসমূহ

ক্ৰমিক নংউপাদানবিৱৰণ
খেতিয়কৰ নামমহেন্দ্ৰ বৰা
ঠিকনাঃশ্ৰীযুত ৰূপেশ্বৰ বৰা
 গাওঁ:২ নং মহিমেলিয়া গাওঁ
 ডাকঃহাবিচুকীয়া- ৭৮৫৬০৩
 জিলাঃ:গোলাঘাট
 ৰাজ্যঃঅসম
যোগাযোগ নম্বৰ৯৮৫৪৬৪১৬৩২
কৃষিক্ষেত্ৰৰ বিৱৰণ(আয়তন, অৱস্থিতি, পানীৰ ব্যৱস্থা আদি)১২ টা সংকৰ জাতীয় আৰু ফেজিয়ান জাতীয় জাৰ্চী
স্বয়ং সেৱী গোট, উত্পাদক সমবায়/ কোম্পানী, সমবায় সমিতি আদিত সদস্যভূক্তি(বিৱৰণ দিয়া)ঘিলাধাৰী দুগ্ধ উত্পাদন সমবায় সমিতিৰ সভাপতি
কেন্দ্ৰীয় চেক্টৰৰ নাম/খেতিয়কৰ দ্বাৰা ব্যৱহৃত ৰাজ্যিক আঁচনি আৰু নিৰ্ধাৰিত সময়চি.এচ.এচ-কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ,২০১৫-২০১৬
প্ৰযুক্তি/সামগ্ৰী/কৃষি অনুশীলন/ সুবিধা/ বিৱৰণৰ সৈতে প্ৰাপ্ত সুবিধাপ্যাকেজিঙৰ সামগ্ৰী যেনে পলি পেকেটত ব্ৰেণ্ডৰ নাম, বৈদ্যুতিক ওজন তুলাচনী, মোহৰ যন্ত্ৰ আদি পনীৰৰ বিপননৰ কাৰণে যোগান ধৰা হয়।
প্ৰযুক্তি গ্ৰহণৰ কাৰণে প্ৰাপ্ত ফলাফলৰ বিৱৰণ(কেৱল পনীৰৰ বাবে)২০১৫-২০১৬২০১৬-১৭২০১৭-১৮ ৰ মে মাহলৈ
iপ্ৰত্যেক দিনৰ উৎপাদন৩ কি.গ্ৰা.৮ কি.গ্ৰা.২৫ কি.গ্ৰা.
iiমূল্য প্ৰাপ্ত২৮০/-৩০০/-৩৪০/-
iiiপ্ৰতি দিন আয়(মুঠ)৮৪০/-২,৪০০/-৮,৫০০/-
বিপণন কৌশল- বজাৰত প্ৰৱেশৰ উপায়গোলাঘাট আৰু ফৰকাটিঙ টাউনত অৱস্থিত ডীলাৰ আৰু দোকানৰ লগতে বালিজান, গৌৰংগাৰ বজাৰৰ লগত যোগাযোগ। কৃষকসকলে বিভিন্ন ইভেন্ট মেনেজমেন্ট গোটৰ কাৰিকৰসকলৰ লগতো যোগাযোগ ৰাখে।
ৰপ্তানি বজাৰ(ৰপ্তানিৰ সবিশেষ)N/A
১০সাফল্যত অৱদানকাৰী উপাদানসমূহক) কৃষকৰ সকলো সাম্ভাৱনীয়তা আছে(পামৰ পশু আৰু আন্তঃগাঠনি যেনে ডীপ ফ্ৰিজ, পনীৰ বনোৱা উপকৰণ, বৈদ্যুতিক ওজন তুলাচনী,মোহৰ যন্ত্ৰ আদি।                                                      খ) জিলাৰ মুখ্য কাৰ্য্যালয়ত আয়োজিত এগ্ৰি ফেষ্টত পলি প্যাকেটৰ উন্মোচনৰ কাৰণে ২০১৫-১৬ বৰ্ষত বিক্ৰীৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে।
১১অন্য কোনো প্ৰাসঙ্গিক তথ্যআলোকচিত্ৰ সংলগ্ন

 কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ হিতাধিকাৰী মহেন্দ্ৰ বৰাৰ দ্বাৰা পনীৰ প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ আলেকচিত্ৰ

  

জিলা কৃষি বিষয়া,
গোলাঘাট