তিনিচুকীয়া জিলাত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত সম্পন্ন হোৱা সৃষ্টিশীল কাৰ্যকলাপসমূহ
জিলা কৃষি বিষয়া
তিনিচুকীয়া
গোলাঘাট জিলাত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ দ্বাৰা সম্পন্ন হোৱা সৃষ্টিশীল কাৰ্যকলাপসমূহ
ক্ৰমিক নং | উপাদান | বিৱৰণ | |||
১ | খেতিয়কৰ নাম | মহেন্দ্ৰ বৰা | |||
২ | ঠিকনাঃ | শ্ৰীযুত ৰূপেশ্বৰ বৰা | |||
গাওঁ: | ২ নং মহিমেলিয়া গাওঁ | ||||
ডাকঃ | হাবিচুকীয়া- ৭৮৫৬০৩ | ||||
জিলাঃ: | গোলাঘাট | ||||
ৰাজ্যঃ | অসম | ||||
৩ | যোগাযোগ নম্বৰ | ৯৮৫৪৬৪১৬৩২ | |||
৪ | কৃষিক্ষেত্ৰৰ বিৱৰণ(আয়তন, অৱস্থিতি, পানীৰ ব্যৱস্থা আদি) | ১২ টা সংকৰ জাতীয় আৰু ফেজিয়ান জাতীয় জাৰ্চী | |||
৫ | স্বয়ং সেৱী গোট, উত্পাদক সমবায়/ কোম্পানী, সমবায় সমিতি আদিত সদস্যভূক্তি(বিৱৰণ দিয়া) | ঘিলাধাৰী দুগ্ধ উত্পাদন সমবায় সমিতিৰ সভাপতি | |||
৬ | কেন্দ্ৰীয় চেক্টৰৰ নাম/খেতিয়কৰ দ্বাৰা ব্যৱহৃত ৰাজ্যিক আঁচনি আৰু নিৰ্ধাৰিত সময় | চি.এচ.এচ-কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ,২০১৫-২০১৬ | |||
৭ | প্ৰযুক্তি/সামগ্ৰী/কৃষি অনুশীলন/ সুবিধা/ বিৱৰণৰ সৈতে প্ৰাপ্ত সুবিধা | প্যাকেজিঙৰ সামগ্ৰী যেনে পলি পেকেটত ব্ৰেণ্ডৰ নাম, বৈদ্যুতিক ওজন তুলাচনী, মোহৰ যন্ত্ৰ আদি পনীৰৰ বিপননৰ কাৰণে যোগান ধৰা হয়। | |||
৮ | প্ৰযুক্তি গ্ৰহণৰ কাৰণে প্ৰাপ্ত ফলাফলৰ বিৱৰণ(কেৱল পনীৰৰ বাবে) | ২০১৫-২০১৬ | ২০১৬-১৭ | ২০১৭-১৮ ৰ মে মাহলৈ | |
i | প্ৰত্যেক দিনৰ উৎপাদন | ৩ কি.গ্ৰা. | ৮ কি.গ্ৰা. | ২৫ কি.গ্ৰা. | |
ii | মূল্য প্ৰাপ্ত | ২৮০/- | ৩০০/- | ৩৪০/- | |
iii | প্ৰতি দিন আয়(মুঠ) | ৮৪০/- | ২,৪০০/- | ৮,৫০০/- | |
৯ | বিপণন কৌশল- বজাৰত প্ৰৱেশৰ উপায় | গোলাঘাট আৰু ফৰকাটিঙ টাউনত অৱস্থিত ডীলাৰ আৰু দোকানৰ লগতে বালিজান, গৌৰংগাৰ বজাৰৰ লগত যোগাযোগ। কৃষকসকলে বিভিন্ন ইভেন্ট মেনেজমেন্ট গোটৰ কাৰিকৰসকলৰ লগতো যোগাযোগ ৰাখে। | |||
ৰপ্তানি বজাৰ(ৰপ্তানিৰ সবিশেষ) | N/A | ||||
১০ | সাফল্যত অৱদানকাৰী উপাদানসমূহ | ক) কৃষকৰ সকলো সাম্ভাৱনীয়তা আছে(পামৰ পশু আৰু আন্তঃগাঠনি যেনে ডীপ ফ্ৰিজ, পনীৰ বনোৱা উপকৰণ, বৈদ্যুতিক ওজন তুলাচনী,মোহৰ যন্ত্ৰ আদি। খ) জিলাৰ মুখ্য কাৰ্য্যালয়ত আয়োজিত এগ্ৰি ফেষ্টত পলি প্যাকেটৰ উন্মোচনৰ কাৰণে ২০১৫-১৬ বৰ্ষত বিক্ৰীৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে। | |||
১১ | অন্য কোনো প্ৰাসঙ্গিক তথ্য | আলোকচিত্ৰ সংলগ্ন |
কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ হিতাধিকাৰী মহেন্দ্ৰ বৰাৰ দ্বাৰা পনীৰ প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ আলেকচিত্ৰ
জিলা কৃষি বিষয়া,
গোলাঘাট