মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

কৃষকৰ সামৰ্থ্য মূল্যায়ন আৰু প্ৰশংসাপত্ৰ দান (FCAC)

  • কৃষকৰ সামৰ্থ্য মূল্যায়ন আৰু প্ৰশংসাপত্ৰদানৰ মূল লক্ষ্য হৈছে যিসকল কৃষক কৃষি আৰু আনুসংগিক ক্ষেত্ৰসমূহত বাঞ্চিত কৌশল আহৰণ কৰিছে, কিন্তু প্ৰমাণপত্ৰৰ অভাৱত অদক্ষ হিচাপে বিবেচিত হৈ আহিছে, তেওঁলোকক স্বীকৃতি দিয়া। ১৮ বছৰৰ ওপৰৰ ন্যূনতম যোগ্যতা, বাঞ্ছনীয়ভাৱে পঞ্চম শ্ৰেণীলৈ (বাধ্যতামূলক নহয়) কৃষকসকলক মূল্যায়ন আৰু প্ৰমাণপত্ৰ প্ৰদানৰ বাবে বিবেচিত কৰা হব।

                ৰাজ্যিক পৰ্যায়ত স্থাপিত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা প্ৰতিষ্ঠান, কৃষি মন্ত্ৰালয় আৰু কৃষক উন্নয়ন বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত এই কাম-কাজসমূহত সহযোগিতা আগবঢ়াব।

                বৃত্তিমুখী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ (VTIs)/কৃষি বিজ্ঞান কেন্দ্ৰসমূহ/নেহৰু যুৱ কেন্দ্ৰসমূহ ইত্যাদিৰ জৰিয়তে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানয়ে প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়াটো অনুষ্ঠিত কৰিব আৰু প্ৰত্যয়নকাৰী সংস্থাৰ সহযোগত আৰু অধিক অংশগ্ৰহণৰ বাবে প্ৰত্যেক বছৰৰ প্ৰথম মাহৰ আৰম্ভণিতে আগতীয়া পৰিকল্পনাৰ আনুষ্ঠানিকতাসমূহ পালন কৰিব।

    Downloads
    কৃষকৰ সামৰ্থ্য মূল্যায়ন আৰু প্ৰশংসাপত্ৰ দান (FCAC)
    TitleSizeDetail
    Operational Modalities for Farmers' Capacity Assessment & Certification709.34 KBswf-image