মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা (PGDAEM)

  • কৃষি আৰু ইয়াৰ আনুসংগিক কাৰ্যসমূহৰ লগত সম্পৰ্কিত শেহতীয়া প্ৰযুক্তিগত কৌশলসমূহ আৰু বৰ্তমানে বিদ্যমান হৈ থকা কৃষিৰ জীৱিকাক এটা লাভজনক কৃষি উদ্যোগলৈ পৰিৱৰ্তন কৰাৰ মাজত থকা সদা বৰ্দ্ধিত পাৰ্থক্যসমূহৰ মাজত সংযোগ সাধন কৰিবলৈ, কৃষি সম্প্ৰসাৰণ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠানত এটা কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা কাৰ্যসূচী সূচনা কৰা হৈছে। আশা কৰা হৈছে  যে এই ডিপ্লোমাই দেশত কৃষি সম্প্ৰসাৰণৰ বিষয়সূচীটো আগুৱাই লৈ যাব।

                ২০০৭-০৮ বৰ্ষত ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা প্ৰতিষ্ঠানে, বিশেষকৈ ৰাজহুৱা সম্প্ৰসাৰণ কৰ্মচাৰীসকলৰ বাবে দূৰ শিক্ষণ পদ্ধতিত কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা অনুষ্ঠানৰ সূচনা কৰিছে। ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ কৃষি আৰু সহযোগিতা বিভাগৰ দ্বাৰা অনুষ্ঠানটোৰ পৃষ্ঠপোষকতা কৰা হৈছে। প্ৰথম ঢাপত, অনুষ্ঠানটোৱে জিলাসমূহৰ সম্প্ৰসাৰণ বিষয়াসকলক সামৰি লব, যত ইতিমধ্যে কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ (ATMAS)সমূহ স্থাপন কৰা হৈছে আৰু সেইসমূহ ফলপ্ৰসূভাৱে কাম কৰি আছে।

    Downloads
    কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লোমা (PGDAEM)
    TitleSizeDetail
    Post Graduate Diploma in Agricultural Extension Management - Introduction161.01 KBswf-image
    Brochure & Application form for Post Graduate Diploma in Agricultural Extension Management Program3.19 MBswf-image