মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

পৰ্য্যৱেক্ষণ আৰু মূল্যায়ন

সম্প্ৰসাৰণৰ সংস্কাৰ পৰ্য্যৱেক্ষণ ব্যৱস্থা (ERMS)

সম্প্ৰসাৰণৰ সংস্কাৰ পৰ্য্যৱেক্ষণ ব্যৱস্থা (ERMS)

            কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ অনুষ্ঠানৰ অধীনত মাহেকীয়া প্ৰগতিৰ খতিয়ান (MPR)ৰ বাবে এয়া হল এক ৱেব সক্ষম অনলাইন পৰ্যৱেক্ষন ব্যৱস্থা। এই আচঁনিৰ সকলো উপাদান শাৰিৰীক আৰু বিত্তীয় উন্নয়নৰ বাবে পৰ্য্যৱেক্ষণ কৰা হব। ৰাজিক পৰ্যায়ৰ বাবে ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্য আৰু পাছৱৰ্ড নিৰ্বাচন কৰি আৰু জিলা পৰ্যায়ত জিলাৰ নাম আৰু পাছৱৰ্ড নিৰ্বাচন কৰি লগ-ইন কৰিব লাগিব। ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে, ৰাজ্য আৰু জিলাসমূহ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে, যাৰ বাবে লক্ষ্য আৰু দক্ষতা সমূহ নিৱিষ্ট কৰিব লাগিব। ৰাজ্যিক পৰ্যায়ে, ৰাজ্যিক স্তৰত পাছৱৰ্ড নিৱিষ্ট কৰি, জিলা নিৰ্বাচন কৰা, জিলাসমূহৰ বাবে লক্ষ্য আৰু দক্ষতা নিৱিষ্ট কৰিব পাৰে।