| ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীনত কৰ্মচাৰী বৰ্গৰ শক্তি(চি.এছ.এছ).-কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ |
|---|
| ক্ৰমিক নং. | ৰাজ্য/ জিলা | মঞ্জুৰী | মন্তব্য |
| ৰাজ্যিক পৰ্যায়ৰ (SAMETI) |
| ১ | সঞ্চালক | ১ | |
| ২ | ৰাজ্যিক সমন্বয়ক | ১ | |
| ৩ | Gender Coodinator | ১ | |
| ৪ | উপ সঞ্চালক | ৮ | |
| ৫ | গাণনিক ও কেৰাণী | ১ | |
| ৬ | কম্পিউটাৰ প্ৰগ্ৰেমাৰ | ১ | |
| উপ মুঠ (ক) | ১৩ | |
| জিলা পৰ্য্যায় |
| ১ | প্ৰকল্প সঞ্চালক | ২৬ | জিলা কৃষি বিষয়াই প্ৰকল্প সঞ্চালক হিচাপে কাম কৰি আছে |
| ২ | খ) উপ প্ৰকল্প সঞ্চালক | ২৬ | |
| ৩ | গাণনিক ও কেৰাণী | ২৬ | |
| ৪ | কম্পিউটাৰ প্ৰগ্ৰেমাৰ/ অপাৰেটৰ | ২৬ | |
| ৫ | বি.টি.এম | ২১৯ | প্ৰত্যক খণ্ডতে এজন বি.টি.এম |
| ৬ | এ.টি.এম. | ৬৫৭ | প্ৰত্যক খণ্ডতে ৩ জন এ.টি.এম. |
| উপ মুঠ (খ) | ৯৮০ | |
| মুঠ(ক+খ) | ৯৯৩ | |